ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ মৰাণ আৰক্ষীথানাৰ অন্তৰ্গত মৰাণ লায়ন্স ক্লাৱৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাাত এজন যুৱক আহতg হয়। জানিব পৰামতে য়ামাাহা বাাইক AS06-4878ত মৰাণ টাউনৰ দিশে আহিথকা থাকোতে পথৰ কাষত ৰখাই থোৱা কাৰ এখন চিগনেল নিদিয়াকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আহিযোৱাত বাইক দুৰ্ঘটনাত পতিত হোৱাত বাইক আৰোহীজন আহত হয়। আহত যুৱক জনক স্থানীয় লোকে মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ নিয়ে।আনহাতে আৰক্ষীলোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত কৃতি ছাত্ৰ ছাত্ৰীলৈ মুঁঙ্গীলাল আগৰ ৱালা স্মাৰক বঁটা প্ৰদান আৰু স্খৃতি চাৰণ অনুষ্ঠান সম্পন্ন
মৰাণত কৃতি ছাত্ৰ ছাত্ৰীলৈ মুঁঙ্গীলাল আগৰ ৱালা স্মাৰক বঁটা প্ৰদান আৰু স্খৃতি চাৰণ অনুষ্ঠান...
જિલ્લામાં 54 પ્રોહીબીસનના કેસો નોંધાયા, 41 આરોપીની ધરપકડ, 11 વોન્ટેડ, 4,24,250 નો મુદ્દામાલ જપ્ત
જિલ્લામાં 54 પ્રોહીબીસનના કેસો નોંધાયા, 41 આરોપીની ધરપકડ, 11 વોન્ટેડ, 4,24,250 નો મુદ્દામાલ જપ્ત
খোৱাংত টোকাৰী গীতৰ সম্ৰাত উমাকান্তবৈৰাগীক আছুৰ শ্ৰদ্ধাঞ্জলী
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত খোৱাঙত টোকাৰী গীতৰ সম্ৰাট খোৱাং আঞ্চলিক...
सचिन पायलट बोले- कांग्रेस अकेले चुनाव लड़ने में सक्षम:परिस्थिति के हिसाब से बनाएंगे गठबंधन
राजस्थान में 7 विधानसभा सीटों पर उपचुनाव होना है। इसको लेकर कांग्रेस के राष्ट्रीय महासचिव सचिन...