ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ মৰাণ আৰক্ষীথানাৰ অন্তৰ্গত মৰাণ লায়ন্স ক্লাৱৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাাত এজন যুৱক আহতg হয়। জানিব পৰামতে য়ামাাহা বাাইক AS06-4878ত মৰাণ টাউনৰ দিশে আহিথকা থাকোতে পথৰ কাষত ৰখাই থোৱা কাৰ এখন চিগনেল নিদিয়াকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আহিযোৱাত বাইক দুৰ্ঘটনাত পতিত হোৱাত বাইক আৰোহীজন আহত হয়। আহত যুৱক জনক স্থানীয় লোকে মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ নিয়ে।আনহাতে আৰক্ষীলোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu and Kashmir में मतदान के बीच बोले Farooq Abdullah 'बीजेपी के साथ गठबंधन का कोई सवाल ही नहीं'
Jammu and Kashmir में मतदान के बीच बोले Farooq Abdullah 'बीजेपी के साथ गठबंधन का कोई सवाल ही नहीं'
फायरिंग करने के 4 आरोपी व 2 नाबालिग पकड़े, बच्चों के बीच हुए झगड़े की रजिंश में घर घुसकर हमला किया, गोली लगने से कुत्ते की हुई थी मौत
शहर के मकबरा थाना इलाके में घर में घुसकर फायरिंग करने के 4 आरोपी व 2 नाबालिग को पुलिस ने पकड़ा है।...
Hilarious! 😂😂😂 આ સરપંચ ઉમેદવારે કર્યા વિચિત્ર વાયદાઓ, પોસ્ટરના ફોટો થયા સોશિયલ મીડિયામાં વાયરલ
Hilarious! 😂😂😂 આ સરપંચ ઉમેદવારે કર્યા વિચિત્ર વાયદાઓ, પોસ્ટરના ફોટો થયા સોશિયલ મીડિયામાં વાયરલ
Ahmedabad police zone3 press confrence live update by sms news વધુ માહિતી માટે news જોવો જમાલપુર કેસ
Ahmedabad police zone3 press confrence live update by sms news વધુ માહિતી માટે news જોવો જમાલપુર...