* গোলাঘাটত "আপ"ৰ প্ৰতিবাদ *দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন। * উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ * ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ * প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছে আপৰ নেতা ৰাজীৱ শইকীয়া আৰু পুলিন গগৈয়ে।