গোলাঘাট জিলাৰ খুমটাই সমষ্টিত অনুষ্ঠিত পৰিষ্কাৰ প্ৰতিযোগিতাৰ আজিৰে পৰা আৰম্ভ হৈছে মূল্যায়ন । অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে অংশ লৈছে বিচাৰ প্ৰক্ৰিয়াত। খুমটাই সমষ্টিৰ ১২১ খন ৰাজহ গাঁও আৰু ২৪ খন বাগিছাই অংশ লৈছে এই পৰিষ্কাৰ প্ৰতিযোগিতাত । বিধায়ক মৃণাল শইকীয়াই প্ৰত্যক্ষভাৱে তদাৰক কৰিছে প্ৰতিযোগিতাখন। আজি খুমটাই সমষ্টিৰ যোগিবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ পৰা বিচাৰক ক্ৰমে অৰণ্য মানৱ যাদৱ পায়েং,জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰ,প্ৰাণজিৎ শইকীয়া,নন্দন প্ৰতিম শৰ্মা বৰদলৈ, সম্মদ্বিপ দত্ত, অভিজিৎ গগৈ, শিক্ষাবিদ দিনেশ গগৈকে, অমৰ দত্ত, চক্ৰ বিষয়া পাপৰি দাস, অতিৰিক্ত উপায়ুক্ত অমলান ফুকন, সুৰজিৎ নেওগ, গৌৰীপ্ৰিয়া দেউৰী, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধিৰাজ দাস, পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জি, তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, মাধব চন্দ্ৰ নাথ আদিয়ে পাছটা দলত বিভক্ত হৈ সমষ্টিৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি বিচাৰ পক্ৰিয়া আৰম্ভ কৰে । । ইতিমধ্যে খুমটাই সমষ্টিৰ গাঁওসমূহ পৰ্যবেক্ষণৰ বাবে ৰাওনা হৈছে বিচাৰকৰ দল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 LIVE । WORLD CUP के लिए TEAM INDIA में किसे- किसे किया जाएगा शामिल? AT2 LIVE ।
AAJTAK 2 LIVE । WORLD CUP के लिए TEAM INDIA में किसे- किसे किया जाएगा शामिल?
कौन था DB Cooper, पैसा लेकर प्लेन से कूदा, और आज तक नहीं मिला! | Tarikh E653
कौन था DB Cooper, पैसा लेकर प्लेन से कूदा, और आज तक नहीं मिला! | Tarikh E653
નાની કુંવારસી ગામની પ્રાથમિક શાળાના આદિવાસી વિદ્યાર્થીઓને બુટ-મોજાનું વિતરણ કરવામાં આવ્યું.
નાની કુંવારસી ગામની પ્રાથમિક શાળાના આદિવાસી વિદ્યાર્થીઓને બુટ-મોજાનું વિતરણ કરવામાં આવ્યું....
ધારી ખોડીયાર ડેમ પ્રવાસીઓને આકર્ષી રહેલ છે | સુંદર રમણીય વાતાવરણ માણશે સહેલાણીઓ
ધારી ખોડીયાર ડેમ પ્રવાસીઓને આકર્ષી રહેલ છે | સુંદર રમણીય વાતાવરણ માણશે સહેલાણીઓ