*আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। *এই দৃশ্য গোলাঘাটৰ ফলঙনি বাপূজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিক্ষাকেন্দৰ। *মুঠ ৩৭১ জন পৰিক্ষাথী অবত্তীন হৈছে পৰিক্ষা কেন্দ্ৰ ত। *কটকটীয়া নিৰাপত্তা মাজেৰে অনুষ্ঠিত হৈছে পৰীক্ষা।