ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে আজি ৰহাৰ নিবাসী,সাংবাদিক বুলন চন্দ্ৰ নাথ আৰু জ্যোস্না দেবীৰ পুত্ৰ তথা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ৰিতুৰাজ যোগীৰ স্মৃতি ত নিৰ্মাণ কৰিব লগিয়া নিকেতনৰ মুখ্য প্ৰবেশ দ্বাৰ নিৰ্মাণ কাৰ্য্য ৰ আধাৰশিলা ৰহা ৰ বিধায়ক শশীকান্ত দাস কৰে।এই উপলক্ষে ৰহাৰ গনমাম্য ব্যক্তি সকলৰ লগতে নিকেতনৰ আচাৰ্য,আচাৰ্য্যা আৰু দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। তাৰ পাছত নিকেতনত ৰূপালী জয়ন্তী উপলক্ষে বৰ্ধীত কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত. হয়।
ৰহা শংকৰদেৱ শিশু নিকেতন ত ৰিতুৰাজ নাথৰ স্মৃতিত তোৰন দ্বাৰৰ নিৰ্মাণ কাৰ্য্য ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শশীকান্ত দাসে।
![](https://i.ytimg.com/vi/XAT4iY_kBxc/hqdefault.jpg)