শংকৰদেৱ নেত্ৰালয়ৰ সৌজন্যত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সহযোগত আজি বৰখালাস্থিত ক্লাৱৰ কাৰ্যালয়ত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷শিবিৰত শংকৰদেৱ নেত্ৰালয়ৰ কেইবাজনো চকুৰোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰি দুই শতাধিক চকুৰোগীৰ চকু পৰীক্ষা কৰাৰ লগতে কেইবাজনো লোকৰ কেটেৰেগ ৰোগ চিনাক্ত কৰি তেওঁলোকক বিনামূলীয়াকৈ অপাৰেচন কৰিব বলি জনাই দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
100% Pure Skincare Products - Make at Home | साफ़ त्वचा पाने के लिए उपाय
100% Pure Skincare Products - Make at Home | साफ़ त्वचा पाने के लिए उपाय
મિલેટ વર્ષ અંતર્ગત કાર્યક્રમ યોજાયો
પ્રાંતિજ ખાતે ઈન્ટરનેશનલ મિલેટ વર્ષ અંતર્ગત કૃષિ મેળાનું આયોજન કરાયું
કૃષિમેળામાં લગભગ ૬૦૦...
नारियल दूध बनाना सीखें | Make Coconut Milk at Home + 3 Bonus Recipes!
नारियल दूध बनाना सीखें | Make Coconut Milk at Home + 3 Bonus Recipes!
થરાદના ભાડોદર પુલ નજીક નર્મદા કેનાલમાં યુવક-યુવતીએ ઝ*પલાવ્યું
થરાદના ભાડોદર પુલ નજીક નર્મદા કેનાલમાં યુવક-યુવતીએ ઝ*પલાવ્યું