গুৱাহাটীৰ পৌৰনিগমৰ হৰ ঘৰ কী তিৰঙ্গা কাৰ্যসূচী উপলক্ষত অনুষ্ঠিত বিশেষ ৰেলি।লতাশিল খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হৈছে ৰেলিটো।অংশগ্ৰহণ আয়ুক্ত দেৱাশিষ শৰ্মা, মেয়ৰ মৃগেন শৰনীয়া, পাৰিষদ সকলৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকলৰ।গুৱাহাটীৰ প্ৰতি ঘৰতে যাতে আজাদী কী অমৃত মহোৎসৱ উপলক্ষত জাতীয় পতাকা উত্তোলন কৰা হয়।ইয়াৰ সচেতনতাৰ উদেশ্য উলিওৱা হয় ৰেলীটো।এইক্ষেত্ৰত মহানগৰবাসীৰ পৰা সহযোগ পাৱ বুলি আশাবাদী গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદ : પક્ષીઓને પીવા માટે પાણીના કુંડાઓનું વિતરણ | SatyaNirbhay News Channel
થરાદ : પક્ષીઓને પીવા માટે પાણીના કુંડાઓનું વિતરણ | SatyaNirbhay News Channel
#Girsomnath | ખજુદરા ગામને લાખોને ખર્ચ બનેલ સાયક્લોન સેન્ટર | Divyang News
#Girsomnath | ખજુદરા ગામને લાખોને ખર્ચ બનેલ સાયક્લોન સેન્ટર | Divyang News
Stock Market LIVE | Sensex-Nifty में मामूली बढत के साथ हो रहा कारोबार, छोटे-मझोले शेयरों में तेजी
Stock Market LIVE | Sensex-Nifty में मामूली बढत के साथ हो रहा कारोबार, छोटे-मझोले शेयरों में तेजी