ৰহা গোপীনাথ বৰদলৈ বিদ্যাপীঠ বাকৰিত আজি নব গঠিত ৰহা স্পোৰ্টছ হাউচ, অসমৰ উদ্যোগ ত আৰু নগাঁও পাবাৰ লিফটিং এছোচিয়চন ৰ সহযোগত প্ৰথম বাৰৰ বাবে আমন্ত্ৰণ মূলক সদৌ অসম ভিত্তিত পাবাৰ লিফটিং প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়।

   দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোবা প্ৰতিযোগিতা ত ৰাজ্য ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৭০যুবক যুবতী খেলবৈ অংশ কৰে।স্পোৰ্টচ হাওচ,অসমৰ সভাপতি উৎপল বনিয়াই জানিব দিয়ে যে ৰহা স্পোৰ্টছ হাউচ ৰ ৮ গৰাকী খেলবৈ অলিম্পিক ৰ বাবে নিৰ্বাচিত হৈছে আৰু অহা ২৫ মাৰ্চত যোৰহাটত অনুষ্ঠিত হব লগা অলিম্পিকত অংশ গ্ৰহণ কৰিব।