ছিপাঝাৰৰ খাছ সোনাপুৰ অঞ্চলৰ নীলাধৰ বৰদলৈ । সমন্বিত কৃষি কৰ্মৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে। পুখুৰীত মাছৰ লগতে পুখুৰীৰ পাৰত নেমু টেঙাৰ খেতি। লোকজনে বিগত প্ৰায় ২৫ বছৰ ধৰি কৰা সমন্বিত কৃষি কৰ্মৰ উপাৰ্জনৰে চলাইছে পৰিয়াল । প্ৰায় ২ বিঘাৰ এই পুখুৰীটোত মাছ আৰু পাৰত প্ৰায় ৬০ জোপা নেমু। প্ৰতি সপ্তাহত গোটে তিনি-চাৰি টকাকৈ ৭০০ৰ পৰা ৮০০টা নেমু বিক্ৰি কৰে তেওঁ। ইয়াৰ বাহিৰেও পুখুৰীৰ পাৰত থাকে অমিতা,লাউ,জিকা আদিৰো খেতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
5000 mAh बैटरी के साथ Vivo लाया नया फोन, 32MP सेल्फी कैमरा और एमोलेड डिस्प्ले से लैस
Vivo Y300 Plus भारत में लॉन्च हो गया है। इस फोन को पिछले महीने चाइना में लाए गए Vivo Y300 प्रो से...
মৰিগাঁৱত নাতিনীক সৎকাৰ কৰি সোনাই নৈত গা ধুবলৈ যোৱা ককাৰ শোকাবহ মৃত্যু
মিকিৰগাঁও লাঠৈবড়ীত সংঘটিত হৈছে কৰুণ ঘটনা। নাতিয়েকক সৎকাৰ কৰি সোণাই নৈত গা ধুৱলৈ গৈ সলিল সমাধি...
બોટાદ ખાતે વ્યાજખોરોના ત્રાસથી મહિલાનો આત્મહત્યાનો પ્રયાસ...
બોટાદ પોલીસ દ્વારા પીડીત મહિલાની ફરિયાદ લઈ કુલ પાંચ આરોપીઓ પૈકી બે આરોપીને અટક કરાઈ..
બોટાદ ખાતે વ્યાજખોરોના ત્રાસથી પીડાતી મહિલાએ આત્મહત્યાનો પ્રયાસ કર્યો હતો અને તેને સારવાર માટે...
दसरा मेळाव्यास उपस्थित राहण्याचे भाजपाच्या पंकजा मुंडे यांचे आवाहन@india report
दसरा मेळाव्यास उपस्थित राहण्याचे भाजपाच्या पंकजा मुंडे यांचे आवाहन@india report