সাপেখাতীত ট্ৰাক আৰু ডাম্পাৰৰ সংঘৰ্ষ

সাপেখাতী নলিনী টি ফেক্টৰীৰ সন্মুখত ৰৈ থকা ইটা ভৰ্তী পাঞ্ছাব বডী ট্ৰাকত বিহুবৰৰ পৰা ৰাজগড় অভিমুখী শিল ভৰ্তি ডাম্পাৰৰ পিছফালৰ পৰা খুন্দা । দুজন সৰু লৰা আঘাতপ্ৰাপ্ত । দুয়োকে ১০৮ ৰ সহায়ত ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।