ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চেপন গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ৱাৰ্ডৰ চেপন ১২নং বি ক্লাচ প্ৰাথমিক বিদ্যালয়ৰ চাৰি সীমাৰ পকীবেৰৰ নিৰ্মানৰ লগতে এটি পেক্ষাগৃহ ৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ তিনিলাখ টকাৰ পুঁজিৰ ৰে তথা তিনিলাখ পঁচাশী হেজাৰ ছশ।পঞ্চাশ টকাৰ আৱণ্টন দিয়াৰ লগতে স্থানীয় ৱাৰ্ড সদস্যৰ উপস্থিতিত উক্ত দুয়োটা কামৰ নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভ কৰে চেপন গাঁও পঞ্চায়তৰ সভাপতি দীপক তাঁতীয়ে।এই অনুষ্ঠানত গাঁও পঞ্চায়তৰ লগত জড়িত বিষয় ববীয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় গণ্য মান্য বহু লোক উপস্থিত থাকে।