সোণাৰি নগৰৰ লগতে শিৱসাগৰ জিলাৰ একাধিক ঠাইৰ পৰা সোণৰ আ অলংকাৰ চুৰি হোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে তিনিটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ সোন, নগদ ধন সহ এখন স্কুটি আৰু চুৰি কাৰ্যত ব্যৱহৃত যন্ত্ৰ পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা হৈছে শিৱসাগৰৰ অংকুৰ দাস ওৰফে মতিন, নিখিল কৰ্মকাৰ আৰু তাহেৰ আলী। বহু দিনৰ পৰাই ঘৰত কোনো লোক নথকাৰ উমান পাই সোণৰ আ অলংকাৰ লৈ উধাও হৈছিল এই দলটি।

বাইট: ASP Charaideo