চৰাইদেউ জিলাৰমাহমৰা ৰাজহচক্ৰৰ অন্তৰ্গত চেপন টিফুকৰ বোৱাৰীববী লেখাৰুৱে কলিকতাত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক মাষ্টাৰ্চ এথেলেটিকচত ৪০০ মিঃ দৌৰ প্ৰতিযোগিতাত যোগদান কৰি।সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।প্ৰবীন খেলুৱৈ গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে চেপন টিফুকবাসী।এই সোণৰ পদক অৰ্জনৰ জৰিয়তে ববী লেখাৰুৱে চলিত বৰ্ষত।অনুষ্ঠিত হব লগীয়া এছিয়ান মাষ্টাৰ্চত এথেলেটিকচত দেশৰ হৈ যোগদানৰ সুযোগ লাভ কৰিছে।
কলকতাত অনুষ্ঠিত ৪৩ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথেলেটিকচত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে চেপন টিফুকৰ ববী লেখাৰুৱে।
