আজাদী কা অমৃত মহোৎসৱ"ৰ অংশ হিচাপে আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত এক চাইকেল ৰেলী উলিওৱা হয়। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অংশ স্বৰূপে সোণাৰিৰ আৱৰ্ত ভৱন প্ৰাঙ্গনৰ পৰা এই চাইকেল ৰেলী উলিওৱা হয়। চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই ‘হৰ ঘৰ তিৰংগা’ সম্পৰ্কে জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই চাইকেল ৰেলী উলিওৱা বুলি মন্তব্য কৰি সকলোকে নিজ নিজ ঘৰ, চৰকাৰী অনুষ্ঠান- প্রতিষ্ঠান আদিত জাতীয় পতকা উৰুৱাবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ,সোণাৰি ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নৱজ্যোতি চহৰীয়া, চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন,কণ কণ ছাত্ৰ তথা অভিভাৱক সকলোৰে সহযোগীতাত পুনৰ আৱৰ্ত ভৱনত এই ৰেলীৰ সামৰণি পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાષ્ટ્રધ્વજ કેવી રીતે લહેરાવવો તે મને શીખવશો નહીં; મમતા બેનર્જી
પશ્ચિમ બંગાળના મુખ્યમંત્રી મમતા બેનર્જીએ ‘હર ઘર તિરંગા’ અભિયાનને લઈને વડાપ્રધાન...
મતદારયાદી ખાસ સંક્ષિપ્ત સુધારણા કાર્યક્રમ-૨૦૨૨
જિલ્લા ચૂંટણી અધિકારી અને કલેકટરશ્રી ગૌરાંગ મકવાણાએ
યુવા તથા મહિલા મતદારોની નોંધણી થાય તે માટે...
Israel Hamas War में इसराइल सफ़ेद पूंछ वाली Eagle की मदद क्यों ले रहा है? (BBC Hindi)
Israel Hamas War में इसराइल सफ़ेद पूंछ वाली Eagle की मदद क्यों ले रहा है? (BBC Hindi)