আজাদী কা অমৃত মহোৎসৱ"ৰ অংশ হিচাপে আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত এক চাইকেল ৰেলী উলিওৱা হয়। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অংশ স্বৰূপে সোণাৰিৰ আৱৰ্ত ভৱন প্ৰাঙ্গনৰ পৰা এই চাইকেল ৰেলী উলিওৱা হয়। চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই ‘হৰ ঘৰ তিৰংগা’ সম্পৰ্কে জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই চাইকেল ৰেলী উলিওৱা বুলি মন্তব্য কৰি সকলোকে নিজ নিজ ঘৰ, চৰকাৰী অনুষ্ঠান- প্রতিষ্ঠান আদিত জাতীয় পতকা উৰুৱাবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ,সোণাৰি ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নৱজ্যোতি চহৰীয়া, চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন,কণ কণ ছাত্ৰ তথা অভিভাৱক সকলোৰে সহযোগীতাত পুনৰ আৱৰ্ত ভৱনত এই ৰেলীৰ সামৰণি পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંકલેશ્વરમા યુનિયન બેંકમા ભરબપોરે કર્મચારી અને ગ્રાહકોને બંધક બનાવી બંદૂકની અણીએ રૂ.22.70 લાખની લૂંટ
અંકલેશ્વરમા યુનિયન બેંકમા ભરબપોરે કર્મચારી અને ગ્રાહકોને બંધક બનાવી બંદૂકની અણીએ ચાર જેટલા...
Breaking News: महज 3 नंबर कम आने से नहीं बन पाई स्कूल टॉपर, उठाया खौफनाक कदम | Uttar Pradesh
Breaking News: महज 3 नंबर कम आने से नहीं बन पाई स्कूल टॉपर, उठाया खौफनाक कदम | Uttar Pradesh
शादी में डीजे की पाबंदी, निकाह की 1100 रुपए फीस होगी, नियम तोड़ने वालो पर होगी कार्रवाई – कादरी
शादी में डीजे की पाबंदी, निकाह की 1100 रुपए फीस होगी, नियम तोड़ने वालो पर होगी कार्रवाई –...