আজি পুৱা মৰাণৰ পৰা তিনিচুকীয়া অভিমুখী এখন Swift Dezire-AS04T 2585 ৰ লগত এখন টেঙ্কাৰৰ লগত দুৰ্ঘটনা সংঘটিত হয়।জানিব পৰা মতে কম গতিত গৈথকা Swift Dezire খন ডিব্ৰুগড় বাইপাচত পৰিয়াল সহ পত্নীপুত্ৰ তিনিচুকীয়াৰ কৰ্ম।স্থানলৈ গৈ আছিল। কাৰখনৰ আগত থকা গাড়ীদুখনে হঠাৎ ব্ৰেক মৰাৰ কাৰণে Dezire.খনেও ব্ৰেক মাৰিব লগা হোৱাত পিছত আহিথকা টেঙ্কাৰ খনে খুন্দা মৰাৰ ফলত SwiftDezireখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। টেঙ্কাৰ খন যোৰহাট ৰ জৈন কোম্পেনীৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে গাড়ী দুখন জব্দ কৰি থানালৈ লৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলী ফুলনিত নেপালী সম্প্ৰদায়ৰ নৃত্য কৰ্মশালৰ সামৰণি পৰে।
মাজুলী ফুলনিত নেপালী সম্প্ৰদায়ৰ নৃত্য কৰ্মশালৰ সামৰণি পৰে।
વલસાડ જિલ્લામાં જામ્યો વરસાદી માહોલ
વલસાડ જિલ્લામાં જામ્યો વરસાદી માહોલ વહેલ સવારથી વરસાદની માહોલ પવન સાથે ધોધમાર વરસાદનું આગમન...
Amreli માં દિવાળી પર્વમાં ઘરે ઘરે દીવડાઓ ઝગમગ્યા, સુંદર વાતાવરણ સર્જાયું I CITY WATCH NEWS
Amreli માં દિવાળી પર્વમાં ઘરે ઘરે દીવડાઓ ઝગમગ્યા, સુંદર વાતાવરણ સર્જાયું I CITY WATCH NEWS