ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰীত MFKলোকচনত অইৰ ইণ্ডিয়া।লিমিটেডৰ আমদানীকৃত MAkটেকনিক ইণ্ডিয়া লিমিটেড কোম্পেনীয়ে স্থানীয় যুৱকক প্ৰৱঞ্চনাৰ বিৰুদ্ধে আজি অনিৰ্দিষ্ট কাললৈ।অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় নিবনুৱাযুৱক সকলে। স্থানীয় যুৱক সকলে অভিযোগ কৰে যে কোম্পেনীয়ে স্থানীয় যুৱক।সকলক নিয়োগকৰাৰ পিছত এতিয়া পইচা নিদিয়াৰ বিভিন্ন অজুহাত দেখুৱাইছে। শেেষত অইল কতৃপক্ষই আলোচনাত মিলিত হৈ পাচ দিনৰ ভিতৰত সমস্যা।সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাময়িক ভাৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখিছে স্থানীয় যুৱক সকলে।
মৰাণ দিখাৰীত অইল ইণ্ডিয়া লিমিটেডৰআমদানিকৃত মেক(MAC) টেকনিক কম্পেনিয়ে স্থানীয় যুৱকক প্ৰৱঞ্চনাৰ বিৰুদ্ধে অকনিৰ্দিষ্ট কাললৈ অইল অৱৰোধ কাৰ্য্যসূচী।
