শিৱসাগৰ জিলাৰ থাওৰা বিধান সভাসমষ্টিৰ দেওডুবি ৰাইডঙ্গীয়া নামঘৰত আয়োজিত "অবিৰত শ্ৰীমদ্ভগৱত গীতা পাঠ" অনুষ্ঠানত দেওডুবি ৰাইডঙ্গীয়া নামঘৰৰ উদ্যোগত, সমূহ দাঁতিকাষৰীয়া অঞ্চলবাসীৰ সহযোগত দেওডুবি ৰাইডঙ্গীয়া নামঘৰত আয়োজিত "অবিৰত শ্ৰীমদ্ভগৱত গীতা পাঠ" অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ সৈতে উপস্থিত থাকি ইয়াৰ পৰম আধ্যাত্মিক পৰিৱেশ লভি অতিকৈ আহ্লাদিত হ'ল বিধায়ক গৰাকী। ভক্তপ্ৰাণ ৰাইজৰ সৈতে সবাৰে মঙ্গল কামনাৰে সেৱা লৈ পৰম সন্তোষ লভি বিধায়ক।গৰাকীয়ে আশা ব্যক্ত কৰে যে অঞ্চলবাসী ৰ এনে আয়োজনেৰে অনাগত সময়তো গীতা-ভগৱতৰ অমৃত কথাৰে সকলোকে সমৃদ্ধ কৰি ৰাখক।এই উপলক্ষে বিধায়ক গৰাকীক নামঘৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কোঁচ ৰাজবংশী সমাজক ৰাজহুৱাকৈ ক্ষমা খুজিলে পতালছিংপাৰা গণক সমাজে।
মঙ্গলদৈ পতালছিংপাৰাৰ গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্য পূৰ্ণ আলোচনা।
মঙলদৈ...
ধুবুৰীৰ গংগাধৰ নদীত পকী দলং উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
ধুবুৰীৰ গংগাধৰ নদীত পকী দলং উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...
ખેડાના માતરના ઉંઢેરા ગામે શાંતિ ડહોળવાનો પ્રયાસ@Sandesh News
ખેડાના માતરના ઉંઢેરા ગામે શાંતિ ડહોળવાનો પ્રયાસ@Sandesh News
ડીસાના શોપિંગ સેન્ટરમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
ડીસાના આખોલ ચાર રસ્તા નજીક શાલીગ્રામ શોપિંગ સેન્ટરમાં અચાનક આગ લાગતા દોડધામ મચી જવા પામી હતી....