আজি মহাশিৱৰাত্ৰী পূজা৷চাৰিওপিনে দেৱাদি দেৱ মহাদেৱৰ পূজাৰ্চনাত ব্যস্ত ভক্ত সকল৷ইয়াৰ মাজতে নলবাৰীৰ খাৰজাৰাত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিৱাইছে ৯১ ফুট দৈৰ্ঘ্যৰ শিৱমুৰ্তি৷আজি শিৱৰাত্ৰি উপলক্ষে উক্ত মুৰ্তিটো আনুষ্ঠানিক ভাবে উন্মোচন কৰে৷উত্তৰ পূৱ ভাৰতৰ ভিতৰত আতাইতকৈ ওখ উক্ত মুৰ্তিটো নিৰ্মাণ কৰোতে ৪০ লাখ টকা ব্যয় হৈছে৷মহালক্ষ্মী সঞ্চয় আৰু ঋনদান সমবায় সমিতিৰ অৰ্থ ব্যয়ৰে নিৰ্মাণ কৰিছে মুৰ্তিটো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भजनलाल सरकार ने दिया दिवाली का तोहफा, मंत्रालयिक कर्मचारियों का ग्रेड पे बढ़ाया
राजस्थान के मुख्यमंत्री भजनलाल शर्मा (Bhajan Lal Sharma) ने गुरुवार को अधीनस्थ मंत्रालयिक...
गुमे मोबाइल पाकर स्वामियों के खिले चेहरे
पन्ना पुलिस एवं सायबार सेल टीम को दिया धन्यवाद
*पन्ना पुलिस द्वारा गुमे हुये कुल 141 मोबाइल कीमती करीब 17 लाख रूपये के खोजे जाकर मोबाइल...
રાધનપુર શહેરમાં ગટરોની સાફ સફાઈ કરવા રજૂઆત કરાઈ | SatyaNirbhay News Channel
રાધનપુર શહેરમાં ગટરોની સાફ સફાઈ કરવા રજૂઆત કરાઈ | SatyaNirbhay News Channel