'অসমৰ আগশাৰীৰ চেটেলাইট চেনেল NKTV ৰ "আকৌ নতুন প্ৰভাত হ'ব "শীৰ্ষক ৰিয়েলিটি শ্বৰ ফাইনেলত "খ"-শাখাৰ।ফাইনেলত প্ৰথম স্থান লাভ।কৰা চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰী ষষ্ঠী তনয়া কলিতাক সম্বৰ্ধনা জনাই মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই। চৰাইদেউ জিলাৰ বিষ্ণুপুৰ নিৱাসী তথা মৰাণ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ষষ্ঠীতনয়াৰ নিজা বাসগৃহত উপস্থিত হোৱাৰ পিছতে শুকুৰ বাৰে নিশা মহাবিদ্যালয়ৰ এটা দল উপস্থিত হৈ ছাত্ৰ সমাজৰ স্বাক্ষৰ সমম্বলিত এখনি সম্বৰ্ধনা পত্ৰ আৰু চেলেং চাদৰেৰে ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায়।ব" অনুষ্ঠনত বিজয়ী ষষ্ঠী তনয়া কলিতাক মৰাণহাট বিষ্ণুপুৰত সম্বৰ্ধনা মৰাণ কলেজ ছাত্ৰ সমাজৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আৰক্ষীৰ গুলীত নিহত হোৱা বিনোদ মৰাণৰ ঘটনা উচিত তদন্ত আৰু ন্যায় বিচাৰি শোকবিহ্বল পৰিয়ালৰ লোকৰ আহ্বান
আৰক্ষীৰ গুলীত নিহত হোৱা বিনোদ মৰাণৰ ঘটনা উচিত তদন্ত আৰু ন্যায় বিচাৰি শোকবিহ্বল পৰিয়ালৰ লোকৰ আহ্বান
बलकासा के पास अज्ञात युवक का नहर में तैरता मिला शव
कापरेन पुलिस ने बीती देर रात्रि में बलकासा व अडिला के बीच चम्बल की बायीं मुख्य नहर की...
कांग्रेसी नेता बोले- BJP यानी भारतीय झूठ पार्टी:मुंबई पहुंचे तेलंगाना-हिमाचल के CM, कर्नाटक के डिप्टी CM
महाराष्ट्र चुनाव प्रचार के बीच कांग्रेस शासित तेलंगाना-हिमाचल के मुख्यमंत्री और कर्नाटक के डिप्टी...
Vadodar: પ્રજાના આરોગ્યને ખતરામાં મૂકતું કોર્પોરેશનનું આરોગ્ય તંત્ર
Vadodar: પ્રજાના આરોગ્યને ખતરામાં મૂકતું કોર્પોરેશનનું આરોગ્ય તંત્ર