নিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচীৰ বাবে১৫ ফেব্ৰুৱাৰীত আলি আয় লৃগাংত উপস্থিত থাকিব নোৱাৰাৰ বাবে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক আজি চৰাইদেউ জিলাৰ মৰাণহাটৰ বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে ।ৰাঙলী চকলীয়া আলি আয় লৃগাঙৰ উদ্‌যাপন সমিতিয়ে। মিচিং জনবসতি প্ৰধান ৰাঙলী চকলীয়া গাঁৱৰ মহিলা সকলে নিজহাতে প্ৰস্তুত কৰা জনজাতীয় পোচাক পিন্ধাই উষ্ম সম্বৰ্ধনা।জনাই।