আজি কিছু সময় আগতে নলবাৰীত জিলা প্ৰশাসনৰ দ্বাৰা ১৪৪ ধাৰা বলবৎ কৰে৷জিলা উপায়ুক্ত গীতিমণি ফুকনে এক জৰুৰী নিৰ্দেশনা যোগে এই কথা সদৰি কৰে৷উল্লেখ্য যে আজি কিছুদিনৰ পৰা নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয় একপ্ৰকাৰ বন্ধ কৰি নৱনিৰ্মীত নলবাৰী মেডিকেল কলেজ হস্পিতালত চামিল কৰন কৰা প্ৰক্ৰিয়াত জাঙুৰ খাই উঠিছে জিলাখনৰ দল সংগঠন তথা সচেতন নাগৰিক৷ৰাজপথলৈ ওলাই আহি বিভিন্ন প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচীৰে চহৰখনৰ পৰিবেশ উত্তাল কৰি তুলিছে৷আনকি পুৱাৰে পৰা আহ্বান কৰা নলবাৰী বন্ধ সৰ্বাত্মক হোৱাত উপায়ন্তৰ হৈ পৰিছে জিলা প্ৰশাসন৷অৱশেষত ১৪৪ ধাৰা বলবৎ কৰি আন্দোলনকাৰী সকলৰ প্ৰতিবাদ বন্ধ কৰাৰ কৌশল ৰচনা কৰিছে জিলা প্ৰশাসনে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पीएम मोदी के प्रस्ताव पर लगा संयुक्त राष्ट्र का मुहर, 190 देशों ने दिया मेमोरियल वॉल बनाने के लिए समर्थन
नई दिल्ली, प्रधानमंत्री नरेंद्र मोदी ने बृहस्पतिवार को कहा कि संयुक्त राष्ट्र महासभा (यूएनजीए)...
दुष्यंत सिंह,सतीश पूनिया और ओम बिरला को क्या जिम्मेदारी देगी बीजेपी,प्रदेश में सियासत शुरु
राजस्थान के 4 सांसदों को केंद्रीय मंत्री बनाया गया है, जिनमें से दो कैबिनेट, एक स्वतंत्र प्रभार...
দলগাঁঁৱত অন কেমেৰাত প্ৰচণ্ড মাৰপিটৰ ঘটনা
দলগাঁঁৱত অন কেমেৰাত প্ৰচণ্ড মাৰপিটৰ ঘটনা
અમરેલી ખાતે સંત સંમેલનમાં સાવરકુંડલા ના સંત પૂ.ભક્તિબાપુ
અમરેલી ખાતે સંત સંમેલનમાં સાવરકુંડલા ના સંત પૂ.ભક્તિબાપુ
NO GYM FULL BODY WORKOUT (feat. 5 min Tabata) | 5분 전신 타바타 운동
NO GYM FULL BODY WORKOUT (feat. 5 min Tabata) | 5분 전신 타바타 운동