আজি কিছু সময় আগতে নলবাৰীত জিলা প্ৰশাসনৰ দ্বাৰা ১৪৪ ধাৰা বলবৎ কৰে৷জিলা উপায়ুক্ত গীতিমণি ফুকনে এক জৰুৰী নিৰ্দেশনা যোগে এই কথা সদৰি কৰে৷উল্লেখ্য যে আজি কিছুদিনৰ পৰা নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয় একপ্ৰকাৰ বন্ধ কৰি নৱনিৰ্মীত নলবাৰী মেডিকেল কলেজ হস্পিতালত চামিল কৰন কৰা প্ৰক্ৰিয়াত জাঙুৰ খাই উঠিছে জিলাখনৰ দল সংগঠন তথা সচেতন নাগৰিক৷ৰাজপথলৈ ওলাই আহি বিভিন্ন প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচীৰে চহৰখনৰ পৰিবেশ উত্তাল কৰি তুলিছে৷আনকি পুৱাৰে পৰা আহ্বান কৰা নলবাৰী বন্ধ সৰ্বাত্মক হোৱাত উপায়ন্তৰ হৈ পৰিছে জিলা প্ৰশাসন৷অৱশেষত ১৪৪ ধাৰা বলবৎ কৰি আন্দোলনকাৰী সকলৰ প্ৰতিবাদ বন্ধ কৰাৰ কৌশল ৰচনা কৰিছে জিলা প্ৰশাসনে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা প্ৰেছ ক্লাবৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
মাহমৰা প্ৰেছ ক্লাবৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি কালি উদযাপন কৰা হয়। অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ...
ડીસા આમ આદમી પાર્ટી દ્વારા સાંઈબાબા મંદિર આગળ કેન્ડલ માર્ચ સાથે શ્રધ્ધાંજલિ અર્પણ કાર્યકમ યોજાઈ...
ડીસા આમ આદમી પાર્ટી દ્વારા સાંઈબાબા મંદિર આગળ કેન્ડલ માર્ચ સાથે શ્રધ્ધાંજલિ અર્પણ કાર્યકમ યોજાઈ...
अनधिकृत कामावर कारवाई साठी आलेल्या वनविभागाच्या अधिकाऱ्यांनी मागितली शेतकऱ्याची माफी.
"वनखात्याचे अधिकारी दौऱ्यावर वनखात्याची सुरक्षा वाऱ्यावर"
नैसर्गिक संपदेचे रक्षण आणि संवर्धनासाठी औरंगाबाद जिल्ह्यातील पैठण वनविभागाकडे सक्षम फिरते पथक
अनधिकृत कामावर कारवाई साठी आलेल्या वनविभागाच्या अधिकाऱ्यांनी मागितली शेतकऱ्याची माफी....
WhatsApp चैनल पर फॉलोअर्स के साथ शेयर कर सकेंगे अब स्टीकर्स, इन यूजर्स को मिलेगा नया ऑप्शन
वॉट्सऐप चैनल के जरिए क्रिएटर्स अपने फॉलोअर्स से जुड़ सकते हैं। हालांकि वॉट्सऐप चैनल की यह सुविधा...