বিদ্যামন্দিৰত চোৰৰ হাতোঁৰা।

দৰঙৰ ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰি কাণ্ড।

অধ্যক্ষৰ কোঠাৰ আচবাব লণ্ড ভণ্ড

চোৰে নিলে কম্পিউটাৰৰ সা সামগ্ৰী, পানী মটৰ।

গুৰুত্বপূৰ্ণ নথি পত্ৰ‌ও লণ্ড-ভণ্ড ।

তলা ভাঙি নিশা চোৰ প্ৰবেশ কৰে বিদ্যালয় খনত।