ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত তথা মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাৰি আলি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ভাৰতীয় জনতা পাৰ্টিৰ লৰুৱা মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা সভাত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড়।জিলাৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈ, ডিব্ৰুগড়ৰ উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা ,লৰুৱা মণ্ডলৰ প্ৰভাৰী মণ্ডলৰ দলীয় কাৰ্যৰ্কত্তা,সকল উপস্থিত থাকে।
খোৱাং চাৰি আলি ৰাজহুৱা।প্ৰেক্ষাগৃহত বিজেপি লৰুৱা মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা , অংশ ল'লে ডিব্ৰুগড় উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষই।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/02/nerity_6a721247bad7fc50656d41aadfc6c16d.jpg)