ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ।চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ মৰাণ।আৰক্ষী থানাৰ অন্তৰ্গত নতুন।নগৰ নিবাসী শৰৎ লিকচন আৰু পিঙ্কী লিকচনৰ ৮বছৰীয়া পুত্ৰ তথা কুশল নগৰৰ প্ৰাথমিকবিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ।লিকচন যোৱা তিনিদিন ধৰি সন্ধানহীন হৈথকাত পিতৃ মাতৃয়ে সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰাৰ পিছত আজি কৃষ্ণ লিকচনৰ মাতৃয়ে মৰাণ আৰক্ষীৰ কাষ চাপে আৰুকৃষ্ণ সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰে।মৰাণ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मारुति से लेकर Tata तक ऑफर करती हैं Premium Hatchback सेगमेंट कारें, जानें कीमत और फीचर्स
भारतीय बाजार में कई कंपनियों की ओर से कई तरह के सेगमेंट में बेहतरीन फीचर्स के साथ वाहनों को ऑफर...
জালুগুটি আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ ওপজা দিন উদযাপন
মৰিগাঁও জিলাৰ জালুগুটি আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হল...
मतदार ओळखपत्र आधार लिंक 100% काम केलेल्या तीन शिक्षकांचा अपर जिल्हाधिकारी यांच्या हस्ते सन्मान
तालुक्यातील मतदार ओळखपत्र आधार प्रणालीशी 100% काम केल्यामुळे पांडुरंग बोरगावकर अपर जिल्हाधिकारी...
Cyclone Biparjoy Updates: मुंबई में दिखा तूफान का शैतानी रुप, अब तक 38 हजार लोगों को हटाया गया
Cyclone Biparjoy Updates: मुंबई में दिखा तूफान का शैतानी रुप, अब तक 38 हजार लोगों को हटाया गया