চ্যুকাফা মৈদাম বেদখল সন্দৰ্ভত আহোম সভাই কৰা অভিযোগক প্ৰত্যাহ্বান বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। আহোম সভাক প্ৰত্যাহ্বান সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
চাওলুং চুকাফা মৈদামৰ কোনখিনি মাটি তেওঁ দখল কৰিছে প্ৰমাণ কৰিবলৈ আহ্বান।
চ্যুকাফাৰ মৈদাম বেদখল সন্দৰ্ভত আহোম সভাই কৰা অভিযোগক নস্যাৎ।