গোলাঘাটত গঁড়ৰ মুকলি বিচৰণঃ নিষেধাজ্ঞা জাৰি কৰি দায়িত্ব সামৰিলে জিলা প্ৰশাসনে।আতংকত সৰ্বসাধাৰণ ৰাইজ । গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত চতুৰ্থ দিনত ভৰি দিলে গঁড়ৰ মুকলি বিচৰণে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰা ওলাই এটা গঁড়ে গোলাঘাট জিলাৰ দেৰগাঁও, পদুমণি, শেনচোৱা, নাওশলিয়াকে ধৰি বিভিন্ন অঞ্চলত মুকলি বিচৰণ কৰা পৰিলক্ষিত হৈছে। বন বিভাগৰ লোকে বনাঞ্চললৈ ওভতাই পঠিয়াবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ সফল হোৱা নাই। ইফালে গোলাঘাট জিলাৰ অতিৰিক্ত দণ্ডাধীশ কুলদীপ হাজৰিকাই গঁড় বিচৰণ কৰা অঞ্চল সমূহত ১৪৪ ধাৰা জাৰি কৰি কেত বোৰ নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক ভেঙুচালী একাংশৰ। জন সমাগম অধিক হোৱাৰ বাবে বন বিভাগে গঁড়টো অতৰাই পঠিওৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গঁড় বিচৰণ কৰা অঞ্চল সমূহত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰিছে। গঁৰটো অৱস্থান কৰা ঠাইত কেনেদৰে জোম বান্ধি আছে এইসকল লোক। বন বিভাগৰ লোকে বাধা কৰা স্বত্ত্বেও কেৰেপ নকৰে এই সকল লোকে। যাৰ বাবে এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে বন বিভাগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বালিপৰাত ভয়ঙ্কৰ পথ দূৰ্ঘটনা চুইফট আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ আহত এজন
শোণিতপুৰৰ বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ঙংকৰ পথ দূঘ'টনা ।তেজপুৰৰ পৰা আহি থকা এ...
બગસરામાં ધાણક સ્કૂલના વિદ્યાર્થીઓ દ્વારા વિશ્વ સિંહ દિવસની ભાવભેર ઉજવણી કરાઈ
બગસરામાં આજે સ્કૂલના વિદ્યાર્થીઓ દ્વારા સિંહ દિવસની ઉજવણી કરવામાં આવી હતી જેમાં ગામના હાર્ટ શર્મા...
अन् राष्ट्रगीत गायनासाठी वधू देखील थांबली!
बोहल्यावर चढण्यापूर्वी राष्ट्रगीत गायनासाठी सादलगाव (ता.शिरूर) येथे वधू सुद्धा दहा मिनिटे थांबली....