ৰহা সমষ্টিৰ অন্তৰ্গত গোইমাৰী বিষ্ণু মন্দিৰ চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ অধিনত ৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত হব লগা পানীযোগান আঁচনি আৰু শৌচাগাৰৰ আধাৰশীলা স্থাপন কৰে নগাঁও জিলা পৰিষদ ৰ উপ সভাপতি প্ৰমোদ লস্কৰে।লগতে এই উপলক্ষে আজি পুবাৰ পৰাই গাঁৱৰ জিয়ৰী,বোৱাৰী সকলে হৰিনামেৰে অঞ্চল মুখৰিত কৰাৰ লগতে বিষ্ণু মন্দিৰ মনিকোট নিৰ্মাণ কাৰ্য্য ৰ  শুভাৰম্ভ হয়।