বাল্যবিবাহৰ।বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছত কঠোৰ হোৱা অসম আৰক্ষীয়ে লোৱা পদক্ষেপক আজিডিমৌত চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক বাচা নাগে আদৰণি জনায় কয় যে- ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে বাল্য বিবাহৰ ওপৰত লোৱা কঠোৰ পদক্ষেপে ভৱিষ্যতে বাল্যবিবাহৰ নিচিনা সমাজৰ বেয়া প্ৰথাক ৰোধ কৰিবলৈ সক্ষম হ'ব।
বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু আৰক্ষীয়েলোৱা কঠোৰ পদক্ষেপক আজি ডিমৌত আটছা নেতা বিচা নাগে আদৰণি জনায়।
