কোটোহা ভগামূৰত ভগামূৰ বৰনামঘৰৰ শতবৰ্ষ সমাৰোহ খনি ২ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্য সূচীৰে অনুষ্ঠিত হৈছে। আজি অন্তিম দিনা কেইবাশতাধিক ভক্তপ্ৰান ৰাইজৰ অংশ গ্ৰহনেৰে বিশাল ভাগৱত যাত্ৰা আৰু।সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।উল্লেখনীয় যে ১৯২২ চনতে প্ৰতিস্থা হোৱা ভগামুৰ বৰ নামঘৰৰ সৈতে কেইবাখনো গাঁও জড়িত হৈ আছে। আজি ভাগৱত।যাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা ৰ পিছতে নাম প্ৰসংগ ,মুকলি।সভাৰ লগতে সন্ধিয়া ভাওঁনা প্ৰদৰ্শন হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
১৯২২ চনতে প্ৰতিস্থা হোৱা ভগামুৰ বৰনামঘৰৰ শতবৰ্ষ সমাৰোহ উপলক্ষে ভাগৱত আৰু।সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ।
