ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি গাঁৱৰ দহ বস্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।৬৫ বছৰীয়া পুৰু বাউৰীক দাৰে ডিঙি কাটি।হত্যা কৰে একে গাঁৱৰে ৪০ বছৰীয়া গাওঁবুঢ়া বাউৰীয়ে । মৰাণ আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত।গাঁওবুঢ়া বাউৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দা-খন জব্দ কৰে। আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ থানালৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા પોલીસવડાની સુચનાથી ડીસા દક્ષિણ પોલીસ દ્વારા હેલ્મેટ વિતરણ કરવામાં આવ્યા...
જિલ્લા પોલીસવડાની સુચનાથી ડીસા દક્ષિણ પોલીસ દ્વારા હેલ્મેટ વિતરણ કરવામાં આવ્યા...
Spam Calls से हो रहे हैं परेशान, Android फोन पर ये सेटिंग आएगी आपके काम
block spam calls स्मार्टफोन इस्तेमाल करने के साथ स्पैम कॉल्स का आना एक कॉमन परेशानी है। कई बार...