ৰহাৰ চাপৰমুখ মাৰবাৰী পটী স্থিত গীতাদেবী হানছাৰীয়া স্মৃতি শংকৰদেৱ শিশু নিকেতনে গৌৰৱপূৰ্ন ১৪বৰ্ষ সম্পূৰ্ণ কৰি ১৫বৰ্ষত পদাৰ্পন কৰাত আজি নিকেতন ত এদিনীয়া বিস্তৃত কাৰ্য্য সূচীৰে চতুৰ্দশ তম্ প্ৰতিষ্ঠা দিৱস ওলহ মালহেৰে পালন কৰে।প্ৰতিষ্ঠা দিৱস উপলক্ষে পুবা নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডাঃ কৃষ্ণকান্ত তামুলী ৰ দ্বাৰা পতাকা উওোলন আৰু সদস্য মলীন বৰা বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিবস কাৰ্য্য সূচী ৰ শোভাৰম্ভ কৰাৰ লগতে পৰিচালনা সমিতিৰ সম্পাদক গৌৰিশংকৰ আগৰবালা দ্বাৰা উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা চাপৰমুখ ৰ পৰিভ্ৰমন কৰি নিকেতন সমাপন হয়।লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান মঞ্চ ৰ উদ্বোধন কৰে নগাঁও জিলা বিভাগৰ পৰিদৰ্শক পৰান বৰা কৰাৰ লগতে নিকেতনৰ ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে অবিভাবিকা আৰু ছাত্ৰী সকলে দিহা নাম পৰিবেশন কৰি নিকেতন মুখৰিত কৰি তুলে।লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিচালনা সমিতিৰ সভাপতি ডাঃ কৃষ্ণকান্ত তামুলীৰ অধ্যক্ষতাত মুকলি সভা অনুষ্ঠিত হয়।নিকেতন ৰ প্ৰধানাচাৰ্য নবজ্যোতি তামুলী আঁত ধৰা সভাত বৰ্ষ ২০২২ত মেট্ৰিক পৰীক্ষা ত লেটাৰ মাৰ্ক্সে লয় প্ৰথম বিভাগ ত উওিৰ্ন হয় নিকেতনৰ সুনাম কঢিয়ায় অনা ১১জন মেধাবী ছাত্ৰ ছাত্ৰী সকলক নিকেতন ৰ ফালৰ পৰা ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰৰে অভিনন্দন জনোৱা হয়।সভাত মুখ্য অতিথি ৰূপে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু বিশিষ্ট অতিথি ৰূপে নগাঁও জিলা আৰএছএছ ৰ প্ৰচাৰক ভবেশ কলিতা,ৰহা শংকুল ৰ প্ৰমুখ তথা ৰহা শংকৰদেৱ নিকেতনৰ প্ৰধানাচাৰ্য্য প্ৰফুল্ল দাস উপস্থিত থাকি সভা সম্বোধন কৰে।লগতে সভাত পৰিচালনা সমিতিৰ উপ সভাপতি বলোৰাম শইকিয়া, প্ৰাক্তন শিক্ষক তথা সমাজকৰ্মী ৰবিন বৰা,হিৰন্য তামুলী ফুকন,মুকুন্দ তামুলী ফুকন,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী জনাৰ্দন শইকিয়া ৰ লগতে গনমান্য ব্যক্তি আৰু নিকেতনৰ আচাৰ্য্য, আচাৰ্য্যা,অবিভাবক,অবিভাবিকা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP News: रीवा में पतंग के मांझे से कटी ITI छात्र की गर्दन, 90 टांके लगे, हालत गंभीर
रीवा शहर में पतंग के चाइनीज मांझे से ITI छात्र की गर्दन कट गई। बाइक चलाते समय अचानक हुए हादसे के...
माता महालक्ष्मी और खाटूश्याम जी को विशाल छप्पन भोग 23 फरवरी को, बैठक में लिया निर्णय, पोस्टर का किया विमोचन
अग्रवाल समाज की ओर से 23 फरवरी को माता महालक्ष्मी एवं खाटूश्याम घणी का विशाल छप्पन भोग का...
জিলা চিকিৎসালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আগবঢ়াই...
জিলা চিকিৎসালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আগবঢ়াই...