সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা ক সমৰ্থন কৰি প্ৰায় ৪০ টা দিন শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবাস খাটাৰ লগতে জামিনত যোৱা কালি সন্ধিয়া আপোন ঘৰত এনিশা কটাই ৰাষ্ট্ৰীয়পৰ্যায়ৰ উশ্বু খেলুৱৈ প্ৰণিতা। ৭ আগষ্টত গুৱাহাটীত আছে প্ৰণিতাৰ এখন গুৰুত্বপূৰ্ণ খেল। যাৰবাবে ঘৰত এনিশা থাকিএ আজি মৰাণৰ সমাজকৰ্মী দুই যুৱক ক্ৰমে অকণ ভূঞা আৰু ৰাজু শৰ্মাৰ সহযোগত প্ৰণিতাক ডে ছুপাৰেৰে খেলৰ বাবে গুৱাহাটীলৈ যোৱাৰ সু ব্যৱস্থা কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৃজনগ্ৰাম টেম্প’চালক সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজা
সৃজনগ্ৰাম টেম্প’চালক সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজা
BJPने हिंदूवादी संगठनों के साथ किया चर्च निर्माण का विरोध |नगर निगम पर कार्रवाई न करने का लगाया आरोप
Korba News, BJP ने हिंदूवादी संगठनों के साथ किया चर्च के निर्माण का विरोध , नगर निगम पर...
মুম্বাইত উজ্বলিল অসমৰ বোৱাৰী ।
মায়ানগৰী মুম্বাইত উজ্বলিল অসমৰ বোৱাৰী শান্তনা বৰুৱা। স্কাই প্লাছ মাল্টিমিডিয়া আৰু এছ ডি প্ৰডাকচনে...
AAP ने जारी की छठी लिस्ट, जानिए कौन कहां से लड़ेगा चुनाव
हरियाणा विधानसभा चुनाव 2024 के लिए आम आदमी पार्टी (आप) ने अपने उम्मीदवारों की छठी लिस्ट जारी कर...
TMC on PM Modi: टीएमसी विधायक ने Ram Mandir को लेकर दिया विवादित बयान | Ramendu Sinha Roy | Aaj Tak
TMC on PM Modi: टीएमसी विधायक ने Ram Mandir को लेकर दिया विवादित बयान | Ramendu Sinha Roy | Aaj Tak