সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা ক সমৰ্থন কৰি প্ৰায় ৪০ টা দিন শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবাস খাটাৰ লগতে জামিনত যোৱা কালি সন্ধিয়া আপোন ঘৰত এনিশা কটাই ৰাষ্ট্ৰীয়পৰ্যায়ৰ উশ্বু খেলুৱৈ প্ৰণিতাই। ৭ জুলাই গুৱাহাটীত আছে প্ৰণিতাৰ এখন গুৰুত্বপূৰ্ণ খেল। যাৰবাবে ঘৰত এনিশা থাকিএ আজি মৰাণৰ সমাজকৰ্মী দুই যুৱক ক্ৰমে অকণ ভূঞা আৰু ৰাজু শৰ্মাৰ সহযোগত প্ৰণিতাক ডে ছুপাৰেৰে খেলৰ বাবে গুৱাহাটীলৈ যোৱাৰ সু ব্যৱস্থা কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙলদৈত উপস্থিত জি পি সিং।
মঙ্গলদৈ উপস্থিত জি পি সিং।আকস্মিক ভাবে বৃহস্পতি বাৰে মঙলদৈত উপস্থিত হয় অসম আৰক্ষীৰ আইন...
અમીરગઢ અમીરગઢ બોર્ડર ચેકપોસ્ટ પરથી વિદેશી દારૂ ઝડપાયો @Live24 NewsGujarat
અમીરગઢ અમીરગઢ બોર્ડર ચેકપોસ્ટ પરથી વિદેશી દારૂ ઝડપાયો @Live24 NewsGujarat
પરણીત યુવાને ઝેરી દવા પી કર્યો આપઘાત
#buletinindia #gujarat #kheda
હળવદ ની વિવિધ શાળાઓમાં શિક્ષક દિનની ઉજવણી કરવામાં આવી
હળવદ ની વિવિધ શાળાઓમાં શિક્ષક દિનની ઉજવણી કરવામાં આવી