আজি মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিন৷দেশজুৰি আজিৰ দিনটোক শ্বহীদ দিৱস হিচাবে উদযাপন কৰিছে৷ৰজা প্ৰজা সকলোৱে জাতিৰ পিতাক সন্মান জনাইছে৷কিন্তু ইয়াৰ মাজতে এজন ছাত্ৰই গান্ধীজীৰ এখন চিত্ৰ নিজহাতে অংকন কৰি পিতৃৰ জৰিয়তে সামাজিক মধ্যাম আপলোড কৰি জাতিৰ পিতাক সন্মান জনোৱা দেখা গৈছে৷ছাত্ৰজন হৈছে কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট বাপুজী হাইস্কুলৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ নিলিম ডেকা৷মনকৰিবলগীয়া যে ইয়াৰ আগতে ছাত্ৰ গৰাকীয়ে আন বহুতো চিত্ৰ অংকন কৰি শিক্ষক তথা ৰাইজৰ প্ৰশংসা পাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારીના ખોડિયાર ડેમમાં પગ લપસી પડી ગયેલ એક પૌઢનુ આકસ્મીક મૌત
ધારીના ગળધરા ખોડિયાર મંદિરે દર્શન કરવા ગુજરાતભરમાંથી અનેક શ્રદ્ધાળુઓ આવતા હોય છે. ચિતલના એક...
BYJU'S Rise and Fall: बायजूज़ के अर्श से लेकर फर्श तक आने की पूरी कहानी (BBC Hindi)
BYJU'S Rise and Fall: बायजूज़ के अर्श से लेकर फर्श तक आने की पूरी कहानी (BBC Hindi)
पाण्याच्या टाकीवर चढून शेतकऱ्यांनी केले चक्क शोले स्टाईल आंदोलन
शेतकऱ्यांनी केले चक्क पाण्याच्या टाकीवर चढून शोले स्टाईल आंदोलन
ঐতিহাসিক দ'ল পুখুৰী চৌহদ আৰু পুখুৰীত চফাই কাৰ্যসূচী ।
সেৱা পষেক কাৰ্যসূচী অনুসৰি বিজেপিৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত অবিচি মৰ্চা ৰমণী মণ্ডলৰ সভাপতি দেৱজিৎ...