মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই । মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত এখন ফুটবল খেলত উপস্থিত থাকি মুখ্যমন্ত্ৰীক উভতি ধৰে কংগ্ৰেছৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীজনে । তেওঁ কয় যে আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । দুয়োজনে একে ধৰণৰ মন্তব্য কৰে । প্ৰাপ্তবয়স্ক ল'ৰা বা ছোৱালী এগৰাকীয়ে কেতিয়া বিয়াত বহিব আৰু কেতিয়া সন্তান জন্ম দিব সেয়া তেওঁলোকৰ সিদ্ধান্ত বুলি উল্লেখ কৰি এই বিলাকত মুখ্যমন্ত্ৰীক গুৰুত্ব নিদিবলৈ আহ্বান জনায় তেওঁ । মুণ্ডাই কয় যে ল'ৰা-ছোৱালীক ধোমাধোম বিয়া পাতিবলৈ লগাই দি মুখ্যমন্ত্ৰীয়ে জনসংখ্যা বঢ়োৱাৰ পৰিকল্পনা কৰিছে । পাৰিলে মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰক আৰু নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত চিন্তা কৰক বুলি প্ৰাক্তন মন্ত্ৰীজনে মন্তব্য কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰূপ মন্তব্য: অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে ভূপেন বৰালৈ জনালে তীব্ৰ প্ৰত্যাহ্বান
বিজেপিৰ নবনির্মিত ৰাজ্যিক কাৰ্যালয়ৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰূপ মন্তব্য কৰা...
कृत्रिम प्लास्टिकच्या फुलांवर बंदी घालण्याची माजी खासदार राजू शेट्टी यांची मागणी
चीनी बनावटीचे प्लॅस्टीक कृत्रिम फुलामुळे देशातील फुल उत्पादक शेतकरी मोठ्या आर्थिक संकटात सापडला...
এছিয়া কাপ ২০২৩ৰ ভাৰতীয় A দলত অসম সন্তান ৰিয়ান পৰাগ ।
🔴 এছিয়া কাপ ২০২৩ৰ ভাৰতীয় A দলত অসম সন্তান ৰিয়ান পৰাগ ।
🔴 BCCIএ ঘোষণা কৰা ভাৰতীয় A দলত অসম সন্তান...