অসমৰ জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মনৰ এটি থলুৱা ভাষাৰ কবিতাই সম্প্ৰতি সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে৷আজি নলবাৰী বৰকুৰিহাৰ পাগলাদিয়াৰ বালিচাপৰিৰ কবিতাৰ এদিন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত সাংবাদিকৰ আগত উক্ত কবিতাটো পাঠ কৰে জনপ্ৰিয় কবি গৰাকীয়ে৷উল্লেখ্য যে আজি নলবাৰী বগল’চ ৰো’ডৰ পৰা বিগত দহটা বছৰে প্ৰকাশ হৈ অহা জেপ আলোচনী গজালিৰ দশম বাৰ্ষিক দিৱসৰ লগত সংগতি ৰাখি কবিতাৰ এদিন শীৰ্ষক মননশীল অনুষ্ঠানৰ আয়োজন কৰিছিল৷উক্ত অনুষ্ঠানত প্ৰনৱ বৰ্মনৰ লগতে আন বহুত কেইগৰাকীমান জনপ্ৰিয় কবিয়ে অংশগ্ৰহণ কৰি জিপাল কৰে পাগলাদিয়াৰ বালি চাপৰি৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાવલી ખાતે કોંગ્રેસની જાહેર સભા યોજાઈ હતી.
સાવલી ખાતે કોંગ્રેસની જાહેર સભા યોજાઈ હતી.
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
ಫೇಸ್ಬುಕ್ ಗೆಳತಿ ಬಲೆಗೆ ಬಿದ್ದ ಕಂಬಾಳು ಸ್ವಾಮೀಜಿ: 37 ಲಕ್ಷ ರೂ. ವಂಚನೆ, ಪ್ರಕರಣ ದಾಖಲು
ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಪರಿಚಯವಾಗಿ ವೀಡಿಯೋ ಕರೆ ಸಲುಗೆಯಿಂದ ಮಾತನಾಡುತ್ತಿದ್ದ ಯುವತಿಯ ಬಲೆಗೆ ಬಿದ್ದ...
વરસાદી માહોલ રાધનપુરના રસ્તાઓ પાણીમાં ગરકાવ
વરસાદી માહોલ રાધનપુરના રસ્તાઓ પાણીમાં ગરકાવ