মাহমৰাৰ মৰাণহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানত আজি মন্ত্ৰী যোগেন মহনৰ অংশ গ্ৰহণ। আজি মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ টাউন মণ্ডলৰ৪৩নং বুথত দেশৰ মাননীয় প্ৰধান মন্ত্ৰী ।নৰেন্দ্ৰ মোডীডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আজি নিজ সমষ্টি মাহমৰাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কীবাত অনুষ্ঠানত অংশ গ্ৰহণকৰে ।উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ সৈতে মৰাণ টাউন মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন বিষয় ববীয়া সকলে অং গ্ৰহণ কৰে।
মাহমৰাৰ মৰাণহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানত আজি মন্ত্ৰী যোগেন মহনৰ অংশ গ্ৰহণ।

