ৰাজ্যত শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী। ১৯৪৯ চনত গঠন কৰা হৈছিল অসম গাওঁৰক্ষী বাহিনী। সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চল সমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰিনাৰায়ণ বৰুৱাই ৭৩ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷ ৭৩ বছৰ পূৰ্বে গঠন হোৱা গাওঁৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আৰু এই গাওঁৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তি আজি মৰাণ আৰক্ষী থানাৰ চৌহদত উদ্বোধন কৰা হয়.
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ-পূৰ্বাঞ্চলত নাৰী কেৱল সৌন্দৰ্যৰ প্ৰতীক ৰূপে চোৱা নহয়। এক নিজস্ব অস্তিত্বৰ অধিকাৰিনী ৰূপত
উত্তৰ-পূৰ্বাঞ্চলত নাৰী কেৱল সৌন্দৰ্যৰ প্ৰতীক ৰূপে চোৱা নহয়। এক নিজস্ব অস্তিত্বৰ অধিকাৰিনী...
મોજપ ગામે વંદે ગુજરાત વિકાસ યાત્રા રથનું ગ્રામજનો દ્વારા સ્વાગત કરાયું
મોજપ ખાતે આજે વંદે ગુજરાત વિકાસ યાત્રા રથનું આગમન થયું હતું. વિકાસ યાત્રા રથને ગ્રામજનોએ પરંપરાગત...
Ratan Tata Passed Away: Ravi Kishan ने लोगों को दी रतन टाटा के जीवन से सीख लेने की सलाह | Aaj Tak
Ratan Tata Passed Away: Ravi Kishan ने लोगों को दी रतन टाटा के जीवन से सीख लेने की सलाह | Aaj Tak