চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানীত অৱস্থিত মাহমৰা উন্নয়ণ খণ্ডৰ কাৰ্য্যালয়আজি বিয়লি পৰিদৰ্শণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। কাৰ্য্যালয়ত উপস্থিত হৈ মন্ত্ৰীজনে মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া উৎপল গগৈৰ লগতে কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰে। কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকলক মন্ত্ৰীজনে নতুন উদ্যমেৰে।কাম কৰি যাবলৈ আহ্বান জনায়। এই পৰিদৰ্শন কালত মন্ত্ৰীজনৰ লগতে।বিজেপিৰ মাহমৰা গ্ৰাম্য।মণ্ডলৰ সভাপতি হৰেণ গগৈ সহ বহু গৰাকী দলীয় কৰ্মী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जब IPS Manoj Sharma नकल से पास होने गए और पूरे स्कूल के साथ 12th Fail हो गए | GITN #12thFail
जब IPS Manoj Sharma नकल से पास होने गए और पूरे स्कूल के साथ 12th Fail हो गए | GITN #12thFail
दादाबाड़ी इलाके में बदमाशों के हौसले बुलंद महिला के झुमके तोड़े
दादाबाड़ी इलाके में बदमाशों के हौसले बुलंद महिला के झुमके तोड़े
Pawan Singh ने Asansol से नाम वापस लिया, Shatrughan पीएम Modi से क्या कह गए? Lok Sabha Election 2024
Pawan Singh ने Asansol से नाम वापस लिया, Shatrughan पीएम Modi से क्या कह गए? Lok Sabha Election 2024
সোণাৰিত কৌশল বিকাশৰ প্ৰশিক্ষণ
সোণাৰিত কৌশল বিকাশৰ প্ৰশিক্ষণ।
সোণাৰিৰ অন্যতম শিক্ষানুষ্ঠান ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ...
World Cup 2023: BCCI ने जारी की Team India की WC वाली जर्सी, फैंस का दिल हुआ खुश | वनइंडिया हिंदी
World Cup 2023: BCCI ने जारी की Team India की WC वाली जर्सी, फैंस का दिल हुआ खुश | वनइंडिया हिंदी