আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি পৰিচয় দিয়া দেখা যায়৷ শিক্ষাই মানুহৰ যিমানেই উন্নতি সাধন কৰিছে, সিমানেই যেন নোহোৱা হৈ গৈছে মানুহৰ মনৰ মানৱতা, উচিত অনুচিতৰ বিচাৰ৷ এতিয়াৰ মানুহ অমানুহ বুলি কোৱা প্ৰায়ে শুনিবলৈ পোৱা যায় ৷ কিছুদিন পূৰ্বে ঢকুৱাখনা সদৰ থানাৰ অন্তগৰ্ত দুলিয়া গাঁও তিনিআলিত অৱস্থিত ঢকুৱাখনা চাৰিকড়ীয়া বাৰৰ সন্মুখত সংঘটিত হৈছিল এক নিৰ্লজ্জ কাণ্ড । এই নিৰ্লজ্জ কাণ্ড গোপন কেমেৰাত আবদ্ধ কৰি ৰাখিছিল কোনো অগ্যত লোকে ৷ পাছত কিশোৰ ছাত্ৰক ওপৰত মৰেল পুলিচগিৰি চলোৱা সমগ্ৰ খবৰ সামাজিক মাধ্যমৰ লগতে সংবাদমাধ্যমত প্ৰকাশ পোৱাতহে মূল অভিযুক্ত ঢকুৱাখনা চাৰিকড়ীয়া বাৰৰ স্বত্বাধিকাৰী ঢকুৱাখনা দুলীয়া গাঁৱৰ বলিন বৰুৱাৰ পুত্ৰ দুলু বৰুৱা ওৰফে ধুনুক আটক কৰে সদৰ আৰক্ষীয়ে ৷ পাছত মুল অভিযুক্ত হিচাপে পৰিচিত দুলুমণিক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইপিনে ঘটনাটোৰ লগত যৰিত আন কেইগৰাকীমান উদণ্ড যুৱকৰ নাম এতিয়াও পোহৰলৈ অহা নাই । এই ঘটনাই সমগ্ৰ অসমৰ মানৱ জাতিক লজ্জানত কৰাৰ লগতে তেনে বৰ্বৰ কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে অসমীয়াই ৷ খবৰ অনুসৰি চুৰিকাণ্ডৰ অভিযোগত ছজন ছাত্ৰক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ দুলু বৰুৱাৰ । ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ বুলি জানিব পাৰা গৈছে । ইপিনে ঘটনাটো গাপ দিয়াৰ নামত গাওঁৰক্ষী বাহিনীয়েহে ছাত্ৰকেইজনৰ পৰিয়ালৰ পৰা টকা লোৱাৰ বিস্ফোৰক অভিযোগ উথাপন কৰিছে দুলুমণিয়ে । বৰ্তমান অভিযুক্ত দুলুৰ জিম্মাৰ পৰা ২ লাখ ৯১ হেজাৰ টকা জব্দ কৰিছে ঢকুৱাখনা সদৰ আৰক্ষীয়ে ৷ ছাত্ৰকেইজনে চুৰি কৰাৰ অপৰাধৰ বাবে তেওঁলোকৰ পৰিয়ালৰ পৰা লৈছিল এই জব্দকৃত টকাখিনি। অভিযোগৰ অনুসৰি ঢকুৱাখনা সদৰ আৰক্ষী থানাত 11/2023- 294, 395, 384, 387, 34 অধীনত এক কেছ ৰুজু হৈছে দুলুমণিৰ ওপৰত ৷ লক্ষ্যনীয় বিষয় এইটোৱেই যে আইন এখন থকা পাছতো যে এইখন অসমতে কিশোৰ স্কুলীয়া ছাত্ৰ কেইজনক আঠুকঢ়াই কাণত ধৰাই নিৰ্মমভাৱে প্ৰহাৰ ঘটনাই সমগ্ৰ ঢকুৱাখনাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এই সমগ্ৰ ঘটনাক একেমুখে ধিক্কাৰ দিছে সমগ্ৰ ঢকুৱাখনাবাসীৰ লগতে বিভিন্ন দল সংগঠনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મતદાર યાદી સંક્ષિપ્ત સુધારણા કાર્યક્રમ- ૨૦૨૨ અંતર્ગત
અમરેલી જિલ્લામાં ૧,૮૭,૦૨૦ ફોર્મ મળ્યા.
અમરેલી તા.૧૫ સપ્ટેમ્બર, ૨૦૨૨ (ગુરુવાર) ભારતના ચૂંટણી પંચ દ્વારા તા.૦૧ /૧૦/૨૦૨૨ની લાયકાતના...
પ્રેસનોટ
તા.૦૩/૦૧/૨૦૨૩
“ડીસા રૂરલ પોલીસ સ્ટેશનમાપ્રેસનોટ
તા.૦૩/૦૧/૨૦૨૩
“ડીસા રૂરલ પોલીસ સ્ટેશનમા તા.૨૯/૧૨/૨૦૨૨ ના રોજ નકલી ઇન્કમ ટેક્ષ ઓફીસરો બની ઠગોએ જુના ડીસા ગામેના સોની પરવારના ઘરે ખોટી રીતે રેઇડ કરી રોકડ રુ!-૦૨,૮૫,૦૦૦/- તથા ચાંદીના બિસ
પ્રેસનોટ
તા.૦૩/૦૧/૨૦૨૩
“ડીસા રૂરલ પોલીસ સ્ટેશનમા તા.૨૯/૧૨/૨૦૨૨ ના રોજ નકલી ઇન્કમ ટેક્ષ...
हवसी पिता की काली करतूत : मां गई थी काम पर, बेटी को सोती देख बिगड़ी नीयत, बना डाला हवस का शिकार
हवसी पिता की काली करतूत : मां गई थी काम पर, बेटी को सोती देख बिगड़ी नीयत, बना डाला हवस का शिकार...
যুৱ-বাণী অনুষ্ঠানত ’দৃশ্যপট শিৱসাগৰ’ৰ নাটক "উলংগ বাস্তৱ"
শিৱসাগৰ:-- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ-বাণী অনুষ্ঠানত অহা ২১ নৱেম্বৰত সন্ধিয়া ৭-২০ বজাত...
बुंदेलपुरा भागात घाणीचे साम्राज्य; आम आदमी पार्टीची स्वच्छता मोहीम
बीड शहरामध्ये आम आदमी पार्टीच्या वतीने चालू असलेल्या स्वच्छता मोहिमे मध्ये निदर्शनास आले की...