কণ কণ ছাত্ৰ ছাত্ৰী হাতৰ পৰশত .....

সোণাৰিৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় ৱেলবৰ্ণ পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে গৰম বন্ধৰ সময়ছোৱাত ঘৰত প্রস্তুত কৰা বিজ্ঞান, ভূগোল আদি বিভিন্ন বিষয়ৰ আৰ্হি সমূহৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ছাত্ৰ ছাত্ৰী সকলে প্ৰস্তুত কৰা এই আৰ্হি সমূহে উপস্থিত সকলোকে মুহিত কৰিবলৈ সক্ষম হয়।