দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভনী কৰে ৷ বন্তি প্ৰজ্জ্বলন,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু সাধাৰণ জ্ঞানৰ প্ৰতিযোগিতাৰ লগতে কুঁহি,ৰামধেনু আৰু আকাশৰ অনুষ্ঠানৰ পিচতে দিনৰ ১-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা ৷ ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য ফটিক চন্দ্ৰ ডেকাই ৷ ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা নিৰ্দিষ্ট বক্তা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত পত্ৰিকা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকাই ৷ সভাতৰামচন্দ্ৰ ডেকাৰ কাব্য গ্ৰন“ছবিখন অঁকা নহ’ল" উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના બનાસ પુલ નજીક નીલગાય એક્ટિવા સાથે અથડાતાં એક યુવકનું મોત : એક યુવક ગંભીર
ડીસાના બનાસ પુલ નજીક સોમવારે વહેલી પરોઢે એક ગમખ્વાર અકસ્માત સર્જાયો હતો. જેમાં નિમ્સ હોસ્પિટલની...
সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা
সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷
*পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা*
মঙলদৈ...
મહેસાણા-પાટણ-મહેસાણા પેસેન્જર સ્પેશિયલ તારીખ ૧૬ થી ૨૨ ઓક્ટોબર ૨૦૨૨ સુધી રદ રહેશે.
અમદાવાદ ડિવિઝનના મહેસાણા-જગુદણ સેક્શન અને સાણંદ-કલોલ-વિરમગામ- મહેસાણા-પાલનપુર સેક્શન (DFCCIL)માં...
#live 615 गणेशोत्सव विशेष अमृततुल्य हितगुज : परमपूज्य गुरुमाऊली
#live 615 गणेशोत्सव विशेष अमृततुल्य हितगुज : परमपूज्य गुरुमाऊली