ঢকুৱাখনাৰ এজন কিশোৰৰ কন্ঠই আপ্লুত কৰি তুলিব আপোনাক।
নৱম শ্ৰেণীত অধ্যয়নৰত ঢকুৱাখনাৰ সূতিমুখ গাওঁৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰ জনৰ নাম ভগদত্ত দাস।পশ্চিম ঢকুৱাখনাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ অধ্যয়নৰত এই ছাত্ৰ জন।ছাত্ৰ জনে সৰুৰে পৰা সংগীত চৰ্চা কৰি আহিছে ।সঙ্গীতৰ প্ৰতি দুৰ্বাহ হেঁপাহ থকা ছাত্ৰ জনৰ আৰ্থিক অনাতনৰ বাবে ছাত্ৰ জনে থমকি ৰব লগা হৈছে।