অহা ২২ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত অসম যুৱ অলিম্পিক-২০২২। এই অলিম্পিকৰ অলিম্পিক শিখা আজি মধ্য অসমৰ ধেমাজি জিলাৰ পৰা কঢ়িওৱা হয় গুৱাহাটী অভিমুখে। ধেমাজিৰ পৰা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ফুটবলাৰ হীৰেন গগৈয়ে কঢ়িয়াই অনা অলিম্পিক শিখাক ঢকুৱাখনাত আদৰণি জনোৱা হয়। ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া আৰু খেলুৱৈ সকলে ঢকুৱাখনা-ঘিলামৰা সংযোগী পথৰ পৰা ঢকুৱাখনা নগৰৰ মাজেৰে আদৰণি অনা হয় এই অলিম্পিক শিখাক। এই অলিম্পিক শিখা আদৰণি কাৰ্যসূচীত ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা,সমাজকৰ্মী বসন্ত শইকীয়া, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া ক্ৰমে-অচ্যুত চত্ৰধৰা,জ্যোতি কোঁৱৰ, প্ৰদীপ চমুৱাকে প্ৰমূখ্যে বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત : વૃદ્ધ પિતાનું 10 વર્ષની બાળકી સાથે જઘન્ય કૃત્ય | SatyaNirbhay News Channel
સુરત : વૃદ્ધ પિતાનું 10 વર્ષની બાળકી સાથે જઘન્ય કૃત્ય | SatyaNirbhay News Channel
મહુધા ભાજપ ના સંજય મહિડા નું ગામડાઓ ના પ્રચાર પ્રસાર જોર સોર થી
મહુધા ૧૧૮ વિધાનસભાનાં ભાજપા ઉમેદવાર સંજયસિંહ મહિડા દ્વારા ડોર ટુ ડોર ચૂંટણી પ્રચાર.
મહુધા 118 -...
ડીસા કોલેજમાં યોજાયો વેસ્ટઝોન યુનિવર્સિટી ચેસ ભાઈઓનો પ્રશિક્ષણ કેમ્પ..
ડીસા કોલેજમાં યોજાયો વેસ્ટઝોન યુનિવર્સિટી ચેસ ભાઈઓનો પ્રશિક્ષણ કેમ્પ..
सचिन पायलट के बयान पर ऊर्जा मंत्री हीरालाल नागर का हमला, बोले- 5 साल उनकी क्या दुर्दशा हुई
टोंक। राजस्थान के ऊर्जा एवं जिला प्रभारी मंत्री हीरालाल नागर रविवार को टोंक पहुंचे। इस दौरान...