চৰাইদেউ জিলাৰ স্বাস্থ্যবিভাগৰ উদ্যোগত বৰুৱাচালি চাহ বাগিছাত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন।চৰাইদেউ জিলাৰ স্বাস্থ্যবিভাগৰ উদ্যোগত সাপেখাটি খণ্ডৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত তথা বৰুৱাচালি চাহ বাগিছাৰ স্বাস্থ্যবিভাগ বৰুৱা চালিৰ সমাজ কল্যান।অঙ্গনৱাদী কৰ্মকৰ্তাৰ সহযোগত বৰুৱা চালি বাগিছাৰ চিকিৎসালয়ত আজি পুৱা।দহ বজাৰ পৰা স্বাস্থ্যবিভাগৰ শিৱিৰ অনুষ্ঠিত হয়। স্বাস্থ্যবিভাগৰ এটি বৃহৎ দলে বস্তিত হোৱা বিভিন্ন ৰোগ যেনে-টিবি, দাঁতৰ সমস্যা ,চকুৰ সমস্যা পৰিয়াল -পৰিকল্পনা ।,মানসিক ৰোগ ।, বাহকজনিত বিভিন্ন ৰোগৰ প্ৰায় অৰ্ধশতাধিক ৰোগীৰ চিকিৎসা কৰাৰ লগতে ঔষধৰ যোগান ধৰে। অনুষ্ঠান টো শুভ উদ্বোধন কৰে মহকুমা স্বাস্থ্যবিষয়া চন্দন বৰবৰাই ।ইয়াৰ পিছতে পোষন অভিযানৰ বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য ফলমুল শাক-পাচলিক ধৰি ৰোগী সকলৰ মাজত সজাগ সচেতনতা আনে। সহগাণনিক আচনিৰ প্ৰৱন্ধক নীলোৎপল চেতিয়াই আঁত ধৰা এই স্বাস্থ্যশিৱিৰ অনুষ্ঠানত চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্যসঞ্চালক মোজাউদ্দিন হুচেইন , মহকুমা স্বাস্থ্যবিষয়া ডাঃ চন্দন বৰবৰা , সাপেখাটি ব্লক প্ৰজেক্ট মেনেজাৰ মানসী মহন্ত , বাগিছাৰ লগত জড়িত ব্যক্তি সকল , অঙ্গনৱাদী কৰ্মী আৰু স্বাস্থ্যবিভাগৰ সকলো বিষয়-ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર જિલ્લા માહિતી ખાતાનાં અધિકારીની બદલી થતા વિદાય અપાઈ
સુરેન્દ્રનગર જિલ્લા માહિતી કચેરી ખાતે સહાયક અધિક્ષક તરીકે ફરજ બજાવતા બી.એલ.જાદવને જિલ્લા માહિતી...
વિજપડી વિ ડી નગદિયા હાઈસ્કૂલ ખાતે સ્વસ્થતા પખવાડિયા અંતર્ગત વિવિધ સ્પર્ધાઓનું આયોજન કરાયું
સ્વસ્છતા પખવાડીયુ ઉજવણી અંતર્ગત વિવિધ સ્પર્ધાઓનું આયોજન કર્યું.
આજરોજ શ્રી વિ ડી...
પાલીતાણાના નાની પાણીયાળી ગામે જૈન દેરાસર માં તસ્કરો ત્રાટકયા
પાલીતાણાના નાની પાણીયાળી ગામે જૈન દેરાસર માં તસ્કરો ત્રાટકયા
ડીસાના કંસારી નજીક ટ્રાફીકજામની સમસ્યાથી લોકો ત્રાહીમામ
ડીસા-ધાનેરા હાઇવે પર કંસારી નજીક વાહન ચાલકોની બેદરકારીના કારણે આડેધડ સામસામે વાહનો અટવાઈ જતા બે...
प्रधानमंत्री के ‘मिशन’ के लिए ताकत झोंक रहे सीएम भजनलाल
मुख्यमंत्री भजनलाल शर्मा के धुंआधार प्रचार अभियान जारी है। राजस्थान में दो चरणों के चुनाव संपन्न...