ৰুপথাৰ নলনী অঞ্চলৰ ৰেলৱে লাইনৰ দাতিত অচিনাকি মৃতদেহ উদ্ধাৰ।সৰুপথাৰ আৰু নাওজানৰ মাজৰ নলনী অঞ্চলত ৰেলৱে লাইনৰ কাষত এটি অচিনাকি মৃতদেহ উদ্ধাৰ হৈছে। পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো। ইতিমধ্যে ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট পঠিয়াবলৈ সাজু কৰিছে। স্থানীয় লোক আৰু ৰেলৱে আৰক্ষীয়ে মৃতদেহটো ৰেলে কটাৰ সন্দেহ কৰিছে। বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smriti Irani Full Speech: Dimple Yadav की मांग पर स्मृति ने किया पलटवार | Women Reservation Bill
Smriti Irani Full Speech: Dimple Yadav की मांग पर स्मृति ने किया पलटवार | Women Reservation Bill
सदस्यता अभियान में पिछड़ी बीजेपी-लक्ष्य से 40.81 लाख रही पीछे:सीएम की सांगानेर विधानसभा में बने सबसे ज्यादा सदस्य, घाटोल विधानसभा रही फिसड्डी
प्रदेश में बीजेपी का ऑनलाइन सदस्यता अभियान 25 नवम्बर को सम्पन्न हो गया। सदस्यता अभियान की अवधि...
Amit Shah MP Visit: महाकाल मंदिर में आज दर्शन करेंगे अमित शाह, रोड शो कर चुनाव प्रचार को देंगे धार
नई दिल्ली। केंद्रीय गृह मंत्री अमित शाह चुनावी राज्य मध्य प्रदेश के तीन दिवसीय दौरे पर हैं।...
ৰাজ্য অন্যান্য প্ৰান্তৰৰ লগতে মৰাণটো প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মৰাণ ৰাজহ চক্ৰ বিষয়া সংগীতা শৰ্মাই ৰাষ্ট্ৰীয় পতাকা...
ডিমৌ সমীপৰ মাইবেলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনাই আয়োজন কৰে কাঠফুলাৰ প্ৰশিক্ষণ কাৰ্য্যসূচী।
জিলা কৃষিবিভাগৰ আত্মাৰ অধীনত মাইবেলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনাই আয়োজন কৰে এই কাঠফুলা প্ৰশিক্ষণ...