ৰুপথাৰ নলনী অঞ্চলৰ ৰেলৱে লাইনৰ দাতিত অচিনাকি মৃতদেহ উদ্ধাৰ।সৰুপথাৰ আৰু নাওজানৰ মাজৰ নলনী অঞ্চলত ৰেলৱে লাইনৰ কাষত এটি অচিনাকি মৃতদেহ উদ্ধাৰ হৈছে। পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো। ইতিমধ্যে ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট পঠিয়াবলৈ সাজু কৰিছে। স্থানীয় লোক আৰু ৰেলৱে আৰক্ষীয়ে মৃতদেহটো ৰেলে কটাৰ সন্দেহ কৰিছে। বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰাৰ প্ৰস্তুতি সভাত শৰৎ বৰকটকীৰ অংশগ্ৰহণ
সোণাৰিত কংগ্ৰেছৰ ভাৰত জড়ো যাত্ৰাৰ প্ৰস্তুতি সভাত শৰৎ বৰকটকীৰ অংশগ্ৰহণ
অইলৰ স্কুল বন্ধৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ২২ ছেপ্টেম্বৰত মৰাণ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত 'আছু’ৰ অৱস্থান ধৰ্মঘট
১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত স্থাপন কৰা মৰাণ অইল ইণ্ডিয়া উঢ্ঢতৰ...
Ahmedabad : ક્ષમાકરણીના દિવસે પાશ્રનાર્થ મંદિર ખાતેથી ભક્તો સાથે વાજતે -ગાજતે નીકળી શોભાયાત્રા
Ahmedabad : ક્ષમાકરણીના દિવસે પાશ્રનાર્થ મંદિર ખાતેથી ભક્તો સાથે વાજતે -ગાજતે નીકળી શોભાયાત્રા
सुप्रीम कोर्ट ने NEET-UG परीक्षा को दोबारा कराने की मांग को किया खारिज
NEET UG परीक्षा के मामले में सुप्रीम कोर्ट मुख्य न्यायाधीश डीवाई चंद्रचूड़, जस्टिस जेबी पारदीवाला...