অহা ২২ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত অসম যুৱ অলিম্পিক-২০২২। এই অলিম্পিকৰ অলিম্পিক শিখা আজি মধ্য অসমৰ ধেমাজি জিলাৰ পৰা কঢ়িওৱা হয় গুৱাহাটী অভিমুখে। ধেমাজিৰ পৰা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ফুটবলাৰ হীৰেন গগৈয়ে কঢ়িয়াই অনা অলিম্পিক শিখাক ঢকুৱাখনাত আদৰণি জনোৱা হয়। ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া আৰু খেলুৱৈ সকলে ঢকুৱাখনা-ঘিলামৰা সংযোগী পথৰ পৰা ঢকুৱাখনা নগৰৰ মাজেৰে আদৰণি অনা হয় এই অলিম্পিক শিখাক। এই অলিম্পিক শিখা আদৰণি কাৰ্যসূচীত ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা,সমাজকৰ্মী বসন্ত শইকীয়া, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া ক্ৰমে-অচ্যুত চত্ৰধৰা,জ্যোতি কোঁৱৰ, প্ৰদীপ চমুৱাকে প্ৰমূখ্যে বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ৰংগভূমি'ৰ উদ্যোগত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ সফল সামৰণি।
ঢকুৱাখনা মহকুমাৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ৰংগভূমি'ৰ উদ্যোগত এইবাৰ তিনি ঠাইত ২০...
Gujarat Exit Poll 2022 Live: गुजरात में BJP का डंका, AAP और कांग्रेस का बुरा हाल
गुजरात विधानसभा चुनाव (Gujarat Assembly Election 2022) के दूसरे चरण में 93 सीटों के लिए हुई आज...
મહેસાણા : રીક્ષા ચાલક ને માર મારી અપહરણ કરાયું, 3 સામે ફરિયાદ
મહેસાણા શહેરમાં એક ચોંકાવનારી ઘટના સામે આવી છે. જેમાં એક રીક્ષાચાલક સવારે ધંધા માટે નીકળ્યો હતો...
पत्रकारांला धमकी देणार्या मालशेटवार यांच्यावर पत्रकार संरक्षण कायद्यानुसार कार्यवाही करा.संजय राठोड
पत्रकारांला धमकी देणार्या मालशेटवार यांच्यावर पत्रकार संरक्षण कायद्यानुसार कार्यवाही करा.संजय राठोड